lirik lagu if ever you’re lonely (london electric orchestra) – joi cardwell
Loading...
লাহে লাহে বাঢ়ে
হেঁপাহ মনৰ
কলি মেলি ফুলে
এপাহ
উৰি উৰি গোটায়
খেৰ-কুটা
পক্ষীয়ে সাজে এটি
বাহ
লিখি লিখি বহীৰ পাতত
উত্তৰ জীৱন গঢ়াৰ
সেয়ে নেকি সফলতা
কোৱা
কোৱানা
কোৱানা
কোৱানা
খোজে খোজে বাধা
বাধা ভাঙি আহা
চুমা সপোনৰ সীমনা
যদি আছে আশা
যদি আছে ভাষা
চিঞৰি জগতক জনোৱা
এটি শ্ৰেণী কোঠা
জীৱন নামৰ
প্ৰতি ভুলে শিকায়
য’ত
সৰু সৰু আশা
আকুল প্ৰাণৰ
তাৰ বাবে সময়
তাকৰ
লিখি লিখি বহীৰ পাতত
উত্তৰ জীৱন গঢ়াৰ
সেয়ে নেকি সফলতা
কোৱা
কোৱানা
কোৱানা
কোৱানা
খোজে খোজে বাধা
বাধা ভাঙি আহা
চুমা সপোনৰ সীমনা
যদি আছে আশা
যদি আছে ভাষা
চিঞৰি জগতক জনোৱা
জানো জানো সময়
নাহে দুনাই
শিল হওঁ কাৰোবালৈ বাটে চায়
অনুভূতি তলানলা বিচাৰি
আঁত বিচাৰি
পাগল উশাহ
পাগল বুকু
পাগল বতাহ
কোৱানা
কোৱানা
কোৱানা
কোৱানা
কোৱানা
lirik lagu lainnya :
- kumpulan lirik lagu joy denalane › lirik lagu ich bereue nichts – joy denalane
- kumpulan lirik lagu kianush › lirik lagu smith n wesson – kianush
- kumpulan lirik lagu matti ja teppo › lirik lagu minä rakastan sua – matti ja teppo
- kumpulan lirik lagu gg cashh › lirik lagu helmut lang – g$g cashh
- kumpulan lirik lagu the folklords › lirik lagu thank you for your kindness – the folklords
- kumpulan lirik lagu cedarius luttery › lirik lagu not the one – cedarius luttery
- kumpulan lirik lagu sampa the great › lirik lagu heroes (the response) – sampa the great
- kumpulan lirik lagu fuck boy › lirik lagu cold feat. monitto – fuck boy
- kumpulan lirik lagu white noyes › lirik lagu goodbye – white noyes
- kumpulan lirik lagu mafia spartiate › lirik lagu karaté #freestyle – mafia spartiate