lirikcinta.com
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

mayabini ratir bukut - arman kadir khan lyrics

Loading...

খোজে খোজে মই হুৰৰে বাটত
গীত কথাৰে আন্ধাৰ পাৰি
শব্দৰ পথাৰ খনী
জোনাক হিচিব খোজোঁ
তৰাৰে মায়াহানি

মায়াবিনী ৰাতিৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত

ধুমুহাৰে বজৰৱা
মোৰ গীতৰ তালত পাখি হৈ নাছা
মমতাৰে এধানি বাত
‍কাঁচি জুনেও পোহৰাই ৰাখে
কলীয়া ডাৱৰো উজালি

মায়াবিনী ৰাতিৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত
মায়াবিনী ৰাতিৰ বুকুত

Random Song Lyrics :

Popular

Loading...