
deuka - kaysee feat. lateral lyrics
Loading...
ডেউকা মেলি মন উৰি যায় khedi endhaar puhraie/
হেৰুৱাই শব্দ nimat tai khyone proti nijoke nisukai/
নিজকে বুজি তাই আগুৱাই/
নিজতেই পৃথিৱী আঁকে তাই/
অস্ত বেলিও য’ত সাৰ পাই/
ত্ৰস্ত মনে মোৰ শান্তি বিচাৰে
চৌদিশে জয়াল/
klanto হিয়াৰে সন্ধ্যাৰাগতে হেৰাই যায়
haauli xure uxah matise
aahe jodi bhangi xongka
gorhi xotta
odhir srosta
biyopise
(বিয়পি পৰি বিষাক্ত সময় মলিন সপোন তাইৰ জুৰুলা
বুকুৰ পাহাৰ খহে বালি হৈ অশ্রুমেঘে আনে তমসা)
ক্ষুধা মনৰ শিখা কৰি অফুৰন্ত হৈ তাই
নিয়ম ভঙাৰ নিয়ম গঢ়ি তৰংগ চুমি যায়
যুগৰ ভাষা নুবুজে মনে
জোৱাৰ অন্তহীন
অচিন ধৰাই মাতে নিৰলে
দিগন্ততে বিলীন
ডেউকা গৰজি সাৰে পায়
পোহৰৰে সুৰো আওৰাই
অস্ত বেলিও য’ত সাৰ পায়
ডেউকা গৰজি সাৰে পায়
পোহৰৰে সুৰো আওৰাই
অস্ত বেলিও য’ত সাৰ পায়
ত্ৰস্ত মনে মোৰ…
Random Song Lyrics :
- choose you - mountenz lyrics
- dumb - hdbeendope lyrics
- prins ali - lars sørbo lyrics
- me ligar - verso rude lyrics
- badtrip - $ickmind lyrics
- crazy (outro) - lil rae lyrics
- angels don't sing the blues - widespread panic lyrics
- kiss - okello max lyrics
- fáradt - kapitány máté lyrics
- kalinka - finger & kadel lyrics