
agomon - prashanta, abhijit,end vivid lyrics
Loading...
আগমন
ভালপোৱাৰ উশাহেৰে
তুমি অহা সপোন বাটে
ৰৈ আছো তোমাৰ বাবে
তুমি অহা কাষৰলে…
জীৱনৰ উকা
কাগজখিলাতে
ভালপোৱা গুজি দিয়া
মোৰ বাবে….
ভালপোৱাৰ উশাহেৰে
তুমি অহা সপোন বাটে
মৰমৰ বাৰিষাৰ বৰষুণ হোৱা
হেঁপাহৰ দলিচাত তুমি মাথোঁ ৰোৱা
মোৰ শাওনৰ ফাগুণৰ ৰংতুলিকা
তুমি তুমি মোৰ বাবে…
ভালপোৱাৰ উশাহেৰে
তুমি অহা সপোন বাটে
ৰৈ আছো মই তোমাৰ বাবে
তুমি অহা মোৰ কাষৰলে…
….thank you….
Random Song Lyrics :
- i like your style - 2hollis lyrics
- thiên đường cô đơn - tăng duy tân lyrics
- yohhh - tastyardent lyrics
- flawless - young dolph lyrics
- cinderella - john michael howell lyrics
- ble$ - baby hydra lyrics
- for now - neverbetter lyrics
- #1 stunna - donnieso lyrics
- dumpster baby cover - weeping meadow lyrics
- yayo banks - mig (1) lyrics