
samandar (from "kis kisko pyaar karoon") - shreya ghoshal & jubin nautiyal lyrics
coc.
clash of clans এবিধ আন্তৰাষ্ট্ৰীয় চৰকাৰী online খেল। যত খেলুৱৈ সকলে নিজৰ বাপেকৰ ধনেৰে খেলিব লাগে। লাভ হয় মাত্ৰ খুচুৰা কৈ internet বেচা কোম্পানীবোৰৰ হে । খেলবিধ খেলিবৰ বাবে সেউজীয়া গছৰ মাজত free তে পোৱা একঠা মান মাটিত নিজৰ ঘৰ বনোৱা হয়। চৰকাৰৰ পৰা পোৱা ঠিকাদাৰ (
builder) ২টাৰ সহায়ত ঘৰখন সজাই পৰাই লোৱা হয়। বাপেকৰ জনমত দেখা নোপোৱা সোণ ফেক্টৰী দুটামানে অনবৰতে ঘৰখনলৈ সোণ যোগান ধৰি থাকি খেলুৱৈ জনক চহকী কৰি দিয়ে। (উদাহৰণ হিচাপে অসম চৰকাৰে যেনেকৈ দূখীয়া পৰিয়াললৈ দুটকীয়া চাউল যোগান ধৰি সহায় কৰে)। চহকী দেখি কেইটামান চকু চৰহা খেলুৱৈয়ে নিজৰ কু বুদ্ধিৰে আনৰ ধনবোৰ কাঢ়ি নিয়াৰ প্ৰচেষ্টা কৰে। সফল হলে চৰকাৰৰ ফালৰ পৰা ট্ৰফী দি পুৰস্কৃত কৰা হয় আৰু হাৰিলে মুখ কলা কৰি জৰিমান লগাই পঠাই দিয়া হয়। লোকৰ ঘৰ ধ্বংস কৰি পোৱা ধনেৰে যেতিয়া নিজৰ ঘৰখন সকলোতকৈ ধূনীয়া বনোৱা হয় তেতিয়া লেবেলৰ পৰিমাণ বাঢ়ি যায় আৰু বলিয়া কুকুৰৰ নিচিনাকৈ তাৰ তলৰ খাপৰ খেলুৱৈবোৰক কবলৈ ধৰে,,,,,,,,,,,,,,
১/ ঐ মোৰ town hall লেভেল 11
২/ কালি এটাক লুট মাৰি ইমান কামালো বে ।
৩/ এটাই ড্ৰেগণ আনিয়ো 100% কৰিব নোৱাৰিলে।
৪/ দম আছে যদি attack দি চা চোন মোক। ইত্যাদি ইত্যাদি ।
(বি: দ্ৰ- ময়ো এটা খেলুৱৈ)
উৎস-whatsapp
14 hrs · public ——by @
gj browser
Random Song Lyrics :
- intro (pw3) - show dem camp lyrics
- the wayside - august wild lyrics
- almost like being in love - nancy wilson lyrics
- girls - jamie (제이미) lyrics
- чувства (feelings) - дайкири (daiquiri (rus)) lyrics
- belly - mimofukk lyrics
- ★paralyzed★ - scøøb (emo) lyrics
- the love of my life - apagaget lyrics
- the long road - ben rankin lyrics
- prodigy! - split lyrics