
spyrush- mondakini - ft. viss ningthouja x nileem bhargov - spyrush lyrics
Loading...
তোমাতেই মোৰ অনুৰাগ
শৰতে দিয়া মিঠা সুৱাস
যতনে ৰাখিবা হিয়াক
প্ৰকৃতিয়ে কি কয়……
উদাশী উন্নাসি হৈ……
মনে হাহে
তুমি আহিলে কাষত
নিৰৱে…….
বহু ৰাতি জাগি
টোপনি নাই
তোৰ মৰমে কিয়নো
নিচুকাই
তৰা লেখি লেখি
ভাগৰা
দুচকুৱে তোমাতেই
জিৰাই
প্ৰণয়ে সুৰভী গীত গাই
অচিনা বাটে ৰিঙিয়াই
ভাল লগা বোৰ কিমান
বিচাৰি নোপোৱা শিপাৰ
মনে বিচাৰিলে কি বুলি
নিচুকাই
হৃদয়ে বিচাৰে কাষতে
এবুকু সপোনে আবৰি ধৰিছে
পুৰাবাহি কেতিয়া হঠাতে
মনে লিখা কাহিনী
তুমি মন্দাকিনী
মই যদি কবিতা
তুমি সুৰ সৰগী
Random Song Lyrics :
- εις τα βάθη της kαρδιάς mου - terror x crew lyrics
- jer je tako - buba corelli & mayer lyrics
- human - mendos lyrics
- got me tangled - arthur nery lyrics
- persecussion - flopi martínez lyrics
- brave enough - lee hi lyrics
- prof - helion prime lyrics
- starry eyed - band of silver lyrics
- comeback - noah schnacky lyrics
- arisingw - recode the subliminal lyrics