
tumare sawonit - xenokrypt & abhijeet boruah lyrics
Loading...
tumare sawonit lyrics
মনৰে ফাগুনী যেন তুমি
সুবাসী পছোৱা তুমি
সপোন মোৰ জীপাল আজি
তোমাৰে চাৱনিত
তুমি যে সাৰদী নিশাৰে জোনাকী
আলোকিত ধৰা
বোৱঁতী নৈৰ দৰে বুকুতে বৈ যোৱা
জীয়ালা মোৰ আশা
সাৱটি মোক তোমাৰে দুবাহুত
লৈ যোৱাঁ মোক দূৰণিলৈ
তোমাৰে হৈ থাকিম মই
চিৰদিনলৈ
বাৰিষাৰে বৰষা হৈ
নামি আহাঁ তৃপ্ত ধৰালৈ
সানি দিয়াঁ ৰং সপোনত
ৰৈ যোৱাঁ বুকুতে আশা হৈ
অনুভূতিৰ নিজৰা হোৱাঁ
কোলাহলত তুমি মৌনতা হোৱাঁ
মৰুভূৰে মায়াতে তুমি
মোৰে মনৰে মৰীচিকা হোৱাঁনা, অ’
Random Song Lyrics :
- menuju malam - repartere lyrics
- seat 35 - birdpen lyrics
- kreep - 2glokkstone lyrics
- running for cover - pernilla wahlgren lyrics
- i felt your shape (cover) - anthony fantano lyrics
- internetcafe2000@aol.com - paul & the microcosm lyrics
- xavier saltos prefecto - xavier saltos lyrics
- horizon - the yellow monkey lyrics
- painkiller - epsilon zero lyrics
- baltimore - thabiti lyrics